leatest updateSocialঅসমদৈনিক বাতৰিভাৰত

ৰাজ্যৰ শিক্ষা জগতত নতুন সংযোজন। দেশৰ দশমখন ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন…

চাংসাৰিৰ মলঙত নিৰ্মাণ হ’ব ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খন।

ৰাজ্যৰ শিক্ষা জগতত নতুন সংযোজন। দেশৰ দশমখন ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ভাৰ্ছুৱেলী স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। চাংসাৰিৰ মলঙত নিৰ্মাণ হ’ব ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়খন।

বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫০ একৰ ভূমি আবণ্টন দিছে। এই বিশ্ববিদ্যালয় নিৰ্মাণত ব্যয় হ’ব প্ৰায় ৩০০ কোটি টকা। উল্লেখ্য যে সদ্যহতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল চৌহদত আৰম্ভ হ’ব এই বিশ্ববিদ্যালয়ৰ শৈক্ষিক আৰু প্ৰশাসনিক কাম-কাজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + nineteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.