অসমৰাজনৈতিক

অসম বিধানসভাৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে দিল্লীলৈ তলব মুখ্যমন্ত্ৰী

এইবাৰ শীতকালীন অধিৱেশনত ১৬ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে

সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। আজি অধিৱেশনৰ দ্বিতীয় দিন। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হৈছে সদনৰ দ্বিতীয়টো দিনৰ কাম-কাজ। এইবাৰ শীতকালীন অধিৱেশনত ১৬ খন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

ইফালে অধিৱেশন চলি থকাৰ মাজতেই দিল্লীলৈ তলব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। মুখ্যমন্ত্ৰী শৰ্মাই দিল্লীত দিনৰভাগত সাক্ষাৎ কৰিব গৃহমন্ত্ৰী অমিত শ্বাহক। বিজেপিৰ সভাপতি জে পি নড্ডাকো সাক্ষাৎ কৰিব ড০ শৰ্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.