অপৰাধঅসম

গুৱাহাটীৰ স্কুল বাছত সঁচায়ে সুৰক্ষিতনে আপোনাৰ সন্তান?

এই পৰ্যন্ত থানাত এজাহাৰ দিয়া নাই পৰিয়ালৰ লোকে। নিৰ্যাতনৰ কথাটো গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। যাৰবাবে, এতিয়া চিন্তাত পৰিছে বিদ্যালয়খনৰ আন অভিভাৱকসকল।

গুৱাহাটীৰ অভিজাত বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনা। হলী চাইল্ড স্কুলৰ বাছত ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগ। অভিযোগ উঠিছে বিদ্যালয়ৰ ৯ নং বাছখনৰ চালকৰ বিৰুদ্ধে।

 

এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে হলী চাইল্ডৰ চালকৰ বিৰুদ্ধে। ইতিমধ্যে, ঘটনা সন্দৰ্ভত বিদ্যালয় কৰ্তৃপক্ষক অৱগত কৰিছে ছাত্ৰী গৰাকীৰ অভিভাৱকে। অৱশ্যে, এই পৰ্যন্ত থানাত এজাহাৰ দিয়া নাই পৰিয়ালৰ লোকে।
নিৰ্যাতনৰ কথাটো গাপ দিয়াৰ চেষ্টা বিদ্যালয় কৰ্তৃপক্ষৰ। যাৰবাবে, এতিয়া চিন্তাত পৰিছে বিদ্যালয়খনৰ আন অভিভাৱকসকল। নিজৰ সন্তানক লৈ অভিভাৱক সকলৰ মাজত সৃষ্টি হৈছে ভয়-শংকাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.