অসমৰাজনৈতিক

প্রথমবাৰৰ বাবে কেন্দ্রীয় মন্ত্রী পৰিষদত উত্তৰ–পূর্বাঞ্চলৰ পাঁচজনকৈ সদস্য অন্তর্ভুক্ত হ’ল

দেশৰ ৰাজনৈতিক ইতিহাসত এক ঐতিহাসিক মুহূর্ত

বুধবাৰে মোদী মন্ত্রী পৰিষদৰ ব্যাপক ৰদ–বদল তথা সম্প্রসাৰণৰ পাছত সমগ্র উত্তৰ–পূর্বাঞ্চলবাস্ এক ঐতিহাসিক মুহূর্তৰ সাক্ষী হৈ ৰ’ল৷ দেশৰ ৰাজনৈতিক ইতিহাসত প্রথমবাৰৰ বাবে কেন্দ্রীয় মন্ত্রী পৰিষদত উত্তৰ–পূর্বাঞ্চলৰ পাঁচজনকৈ সদস্য অন্তর্ভুক্ত হ’ল৷

কেন্দ্রীয় মন্ত্রী হিচাপে উত্তৰ–পূর্বাঞ্চলৰ পৰা শপতগ্রহণ কৰা মন্ত্রীসকল হ’ল,  অসমৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, অৰুণাচল প্রদেশৰ কিৰেণ ৰিজিজু, ত্রিপুৰা আৰু মণিপুৰৰ বিজেপি সাংসদ ক্রমে প্রতিমা ভৌমিক আৰু ড০ ৰাজকুমাৰ ৰঞ্জন সিং৷ এই চাৰিগৰাকী নতুন মন্ত্রীৰ উপৰি অসমৰ ৰামেশ্বৰ তেলীয়ে ইতিমধ্যে কেন্দ্রীয় ৰাজ্যিক মন্ত্রী হিচাপে দায়িত্ব পালন কৰি আছে৷

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.