অসমদৈনিক বাতৰিপ্ৰাকৃতিক দুৰ্যোগবিশ্ব

উত্তৰ আফ্ৰিকাৰ লিবিয়াত ডেনিয়েল ঘূৰ্ণিবতাহৰ সংহাৰী ৰূপ, বৰ্তমানলৈকে মৃত্যু ২০ হাজাৰৰো অধিক লোকৰ

উত্তৰ আফ্ৰিকাৰ লিবিয়াত ডেনিয়েল ঘূৰ্ণিবতাহৰ সংহাৰী ৰূপ

উত্তৰ আফ্ৰিকাৰ লিবিয়াত ডেনিয়েল ঘূৰ্ণিবতাহৰ ভয়াৱহ ৰূপ। ঘূৰ্ণিবতাহৰ ফলত ধ্বংস হৈ পৰিছে দেশখনৰ বহুকেইখন চহৰ। ঘূৰ্ণিবতাহৰ ফলতেই বানেও লৈছে ভয়ংকৰ ৰূপ। বৰ্তমানলৈকে মৃত্যু হৈছে ২০ হাজাৰৰো অধিক লোকৰ। ছুনামীসদৃশ বানৰ ফলত উটি গৈছিল ডাৰ্না চহৰৰ এটা অংশ।

ডাৰ্না চহৰত নিহত ৫,৩০০জন লোক, সন্ধানহীন ১০ হাজাৰো অধিক। এতিয়াও সন্ধানহীন হৈ আছে হাজাৰ হাজাৰ লোক। প্ৰশাসনে অব্যাহত ৰাখিছে উদ্ধাৰ তথা স্থানান্তৰণ প্ৰক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.