Assamassam policeCity newsCrimenationalঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰি

মহানগৰীৰ পাঞ্জাবাৰীত লোমহৰ্ষক হ*ত্যা*কাণ্ড… বাথৰুমত উদ্ধাৰ ৭৫ বছৰীয়া চায়েৰা চুলতানা নামৰ মহিলাগৰাকীৰ মৃ*ত*দে*হ

মহানগৰীৰ পাঞ্জাবাৰীত লোমহৰ্ষক হ*ত্যা*কাণ্ড

উদ্ধাৰ চায়েৰা চুলতানা নামৰ মহিলাৰ মৃ*ত*দে*হ

অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী আছিল চায়েৰা চুলতানা

পাঞ্জাবাৰীৰ ৰংপুৰ পথত সংঘটিত এই ঘটনা

বাথৰুমত উদ্ধাৰ ৭৫ বছৰীয়া মহিলাগৰাকীৰ মৃ*ত*দে*হ

আব্দুল আজিজ নামৰ লোকৰ বিৰুদ্ধে হ*ত্যা*ৰ অভিযোগ

গুৱাহাটীৰ এটা মছজিদত জোনাব হিচাপে আছিল আজিজ

চচলৰ পৰা আৰক্ষীয়ে আটক কৰে আব্দুল আজিজক

মহিলাগৰাকীৰ ঘৰৰ পৰা আজিজক ওলাই যোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয়ই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.