অসমআঞ্চলিকগুৱাহাটীদৈনিক বাতৰি

মৰিয়নীত নলাত আবদ্ধ এটা গঁড়, ঘণ্টাৰ পাছত ঘণ্টা ধৰি আৱদ্ধ গঁড়টো

মৰিয়নীত নলাত আবদ্ধ এটা গঁড়, ঘণ্টাৰ পাছত ঘণ্টা ধৰি আৱদ্ধ গঁড়টো

মৰিয়নীত নলাত আবদ্ধ এটা গঁড়

ঘণ্টাৰ পাছত ঘণ্টা ধৰি আৱদ্ধ গঁড়টো

নকছাৰি দহোটীয়াৰ ৰে’ল লাইনৰ কাষৰ নলাত আৱদ্ধ

খাদ্যৰ সন্ধানত ওলাই আহি আৱদ্ধ গঁড়টো

গঁড়টো ট্ৰেংকুলাইজ কৰাত বন বিভাগ ব্যৰ্থৰ অভিযোগ

দীৰ্ঘদিন ধৰি গঁড়টোৱে অঞ্চলটোত চলাই আছিল সন্ত্ৰাস

ৰাইজৰ অভিযোগৰ পিছতো আৱদ্ধ কৰিব পৰা নাছিল গঁড়টোক

বন বিভাগে দীৰ্ঘ সময় ধৰি অব্যাহত ৰাখিছে উদ্ধাৰৰ চেষ্টা

গুৱাহাটীৰ পৰা বিশেষজ্ঞ দল ৰাওনা মৰিয়নীলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.