খেল

জয়ী হৈও কোনো লাভ নহ’ল জাৰ্মানীৰ ! আনহাতে পৰাজয় হৈয়ো স্পেইনে ৰাউণ্ড অফ ষোল্লত স্থান লাভ কৰিলে

বিশ্বকাপৰ পৰা বিদায় জাৰ্মানীৰ

বিশ্বকাপৰ পৰা বিদায় জাৰ্মানীৰ, জয়ী হৈও কোনো লাভ নহ’ল ! আনহাতে পৰাজয় হৈয়ো স্পেইনে ৰাউণ্ড অফ ষোল্লত স্থান লাভ কৰিছে। বিশ্বকাপৰ প্ৰথম ৰাউণ্ডৰ পৰাই বাহিৰ হ’ল চাৰিবাৰৰ বিশ্বকাপ চেম্পিয়ন জাৰ্মানী। গ্ৰুপ ইৰ অন্তিম খন খেলত কোষ্টাৰিকাৰ বিৰুদ্ধে ৪-২ গ’লত জয়লাভ কৰিছিল জাৰ্মানীয়ে। কিন্তু দলটোৱে শেষ ৰক্ষা কৰিব নোৱাৰিলে।

World Cup 2022: Costa Rica 2-4 Germany commentary and reaction | Football News | Sky Sports

ইফালে, জাপানে স্পেইনক ২-১ গ’লত পৰাস্ত কৰে। প্ৰথমতে খেলখনৰ ১১ মিনিটত স্পেইনৰ মোৰাতাই গ’ল কৰে। জাপানৰ হৈ ড’ন আৰু তানাকাই দুটা গ’ল কৰে আৰু তিনিখন খেলৰ ভিতৰত দুখনত জয়লাভ কৰি গ্ৰুপৰ শীৰ্ষস্থান লাভ কৰে।

Japan vs Spain confirmed line-ups and team news ahead of World Cup 2022 fixture tonight | The Independent

জাপান আৰু স্পেইনৰ গ্ৰুপ পৰ্যায়ৰ অন্তিম খন খেলৰ ফলাফল আছিল ২-১, সেয়েহে জাপানে গ্ৰুপৰ শীৰ্ষৰ পৰা ৰাউণ্ড অফ ষোল্ললৈ গৈছে। আনহাতে পৰাজয় হলেও স্পেইনে গ’লৰ পাৰ্থক্যৰ বাবে ৰাউণ্ড অফ ষোল্লত স্থান লাভ কৰিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.