অপৰাধঅসম

ভূমি দিয়াৰ নামত প্ৰায় ১০ লক্ষাধিক টকা সংগ্ৰহ কৰি উধাও দুই দালাল

ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে জাগীৰোডতো সংঘটিত হৈছে অনুৰূপ ঘটনা

ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে জাগীৰোডতো সংঘটিত হৈছে অনুৰূপ ঘটনা।

এক দালাল চক্ৰই জাগীৰোডৰ শিলভঙা অঞ্চলৰ একাংশ ভূমিহীন লোকক উপযুক্ত ভূমি দিয়াৰ নামত প্ৰায় ১০ লক্ষাধিক টকা সংগ্ৰহ কৰি উধাও হয়।

ভুক্তভোগী লোকে জানিব দিয়া অনুসৰি জাগীৰোডৰ কাঁহীকুছি অঞ্চলৰ দুই দালাল ক্ৰমে কুবেদ আৰু ছাবেদে এই টকা আত্মসাৎ কৰিছে।

আনহাতে, ভুক্তভোগী লোকসকলে এই কথা আৰক্ষীক অৱগত কৰে যদিও আৰক্ষীয়ে কোনো গুৰুত্ব আৰোপ নকৰাত আজি সংবাদ মাধ্যম যোগে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দালাল চক্ৰটোৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনায়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.