Assamassam policeCMO Assamleatest updateSocial

অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী!

অসম আৰক্ষীয়ে দিব লাগিব ৫ লাখ টকাৰ ক্ষতিপূৰণ

DGP জি পি সিঙক সকীয়নি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
অধিবক্তাক হেণ্ডকাফ লগাই বিপদত অসম আৰক্ষী
অসম আৰক্ষীয়ে দিব লাগিব ৫ লাখ টকাৰ ক্ষতিপূৰণ
দুমাহৰ ভিতৰত ক্ষতিপূৰণ দিয়াৰ কঠোৰ নিৰ্দেশ
সাধাৰণ গোচৰত হেণ্ডকাফ লগাইছিল অধিবক্তাজনক
পাৰ্কিঙক লৈ গৃহৰক্ষী জোৱানেৰে হৈছিল বাক-বিতণ্ডা
২০১৬ চনতে সংঘটিত হৈছিল এই ঘটনা
২০২১ চনত আৰক্ষীৰ বিৰুদ্ধে দাখিল লেখ আবেদন
লেখ আবেদনৰ শুনানি লৈ গুৰুত্বপূৰ্ণ ৰায় উচ্চ ন্যায়ালয়ৰ
দণ্ডাধীশৰ অনুমতি অবিহনে লগাব নোৱাৰিব হেণ্ডকাফ
পূৰ্বেই নিৰ্দেশনা জাৰি কৰিছিল সৰ্বোচ্চ ন্যায়ালয়ে
উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ অশ্বস্তিত অসম আৰক্ষী

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.