অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

পুনৰ শিশু নিৰ্যাতনৰ এক ভয়ংকৰ ঘটনা, এটি কণমানিক এগৰাকী মহিলাৰ নিৰ্মম প্ৰহাৰ

ৰাজ্যত পুনৰ শিশু নিৰ্যাতনৰ ভয়ংকৰ ঘটনা

এক চাঞ্চল্যকৰ ভিডিঅ’ ফুটেজে কঁপাইছে ৰাজ্য

এটি কণমানিক এগৰাকী মহিলাৰ নিৰ্মম প্ৰহাৰ

অশালীন ভাষাৰে গালি-গালাজ কণমানিজনীক

বাঁহৰ এচাৰিৰে উপৰ্যুপৰি প্ৰহাৰ কণমানিজনীক

হোজাইত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা

১ বছৰ বয়সতে কণমানিটিক তুলি লৈছিল দম্পতীটোৱে

নিৰ্যাতনকাৰী মহিলাগৰাকীক আটক হোজাই আৰক্ষীৰ

আটক মহিলাগৰাকীৰ স্বামী আব্দুৰ ৰৌফক

আব্দুৰ ৰৌফ লামডিঙৰ প্ৰাক্তন মন্ত্ৰী

আব্দুৰ ৰৌফৰ গোপাল নগৰৰ বাসগৃহত আৰক্ষীৰ অভিযান

হোজাই থানাত উপস্থিত নাবালিকাগৰাকীৰ মাতৃ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.