অসমদৈনিক বাতৰি
হাজোৰ গেৰুৱাত আবকাৰী বিভাগৰ অভিযান, অভিযানত জব্দ ৬০ কাৰ্টন বিলাতী সুৰা
হাজোৰ গেৰুৱাত আবকাৰী বিভাগৰ অভিযান, অভিযানত জব্দ ৬০ কাৰ্টন বিলাতী সুৰা
![হাজোৰ গেৰুৱাত আবকাৰী বিভাগৰ অভিযান, অভিযানত জব্দ ৬০ কাৰ্টন বিলাতী সুৰা হাজোৰ গেৰুৱাত আবকাৰী বিভাগৰ অভিযান, অভিযানত জব্দ ৬০ কাৰ্টন বিলাতী সুৰা](https://prathamkhabartv.com/wp-content/uploads/2023/06/vlcsnap-2023-06-23-12h11m42s997-780x470.png)
হাজোৰ গেৰুৱাত আবকাৰী বিভাগৰ অভিযান
অভিযানত জব্দ ৬০ কাৰ্টন বিলাতী সুৰা
গেৰুৱাৰ চকৰ পৰা জব্দ অবৈধ সুৰাখিনি
জব্দকৃত সুৰাখিনিৰ বজাৰ মূল্য কেইবা লাখ টকা
অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সুৰাৰ বেহা চলোৱাৰ অভিযোগ