Socialঅসমঅসম আৰক্ষী

কঠোৰ হৈছে পৰিবহণ বিভাগ! আজিৰে পৰা মানিব লাগিব এইসমুহ নিয়ম…

৩ মাহত আৰক্ষীয়ে জৰিমনা বিহিছে ৭.৫ কোটি টকা

দুচকীয়া বাহনৰ ক্ষেত্ৰত কঠোৰ পৰিবহণ বিভাগ। চালক-আৰোহীয়ে পৰিধান কৰিব লাগিব হেলমেট। অন্যথা ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা।

আজিৰ পৰা প্ৰযোজ্য এই নীতি। মহিলা আৰোহীয়েও পৰিধান কৰিব লাগিব হেলমেট।

৩ মাহত আৰক্ষীয়ে জৰিমনা বিহিছে ৭.৫ কোটি টকা। চাৰিচকীয়া বাহনৰ ক্ষেত্ৰতো কঠোৰ হৈছে পৰিবহণ বিভাগ। গাড়ী চলোৱাৰ সময়ত ছীট বেল্ট লগোৱাটো বাধ্যতামূলক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 + 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.