Assamleatest updateঅসমআঞ্চলিকদৈনিক বাতৰি

নগাঁৱত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ অব্যাহত প্ৰতিবাদ

নগাঁৱত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ অব্যাহত প্ৰতিবাদ

নগাঁৱত সাংবাদিক নিগ্ৰহৰ ঘটনাক লৈ অব্যাহত প্ৰতিবাদ

গুৱাহাটী প্ৰেছ ক্লাবত অব্যাহত প্ৰতিবাদী কাৰ্যসূচী

কলম, কেমেৰা, বুম থৈ প্ৰতিবাদ সাংবাদিকসকলৰ

ঘটনাৰ তদন্ত দাবী কৰি প্ৰতিবাদমুখৰ প্ৰেছ ক্লাব

ক’লা বেজ পৰিধান কৰি অৱস্থান সাংবাদিকৰ

শুকুৰবাৰে নগাঁও জিলাত বাতৰি সংগ্ৰহ কৰিবলৈ গৈ এগৰাকী সাংবাদিক নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ শ্বাহৰ দ্বাৰা অপদস্থ হৈছিল। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত উক্ত ঘটনাৰ উচিত তদন্ত আৰু সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত অব্যাহত প্ৰতিবাদী কাৰ্য্যসূচী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.