অপৰাধঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিবিশ্বৰাজনৈতিক

ইজৰাইল-হামাছ যুদ্ধৰ শোকাৱহ পৰিণতি… মিছাইল বিস্ফোৰণত তচনচ গাজাৰ হাস্পতাল…

ইজৰাইল-হামাছ যুদ্ধৰ শোকাৱহ পৰিণতি

মিছাইল বিস্ফোৰণত তচনচ গাজাৰ হাস্পতাল

শিশুসহ সহস্ৰাধিক চিকিৎসাধীনৰ মৃত্যু

গাজাৰ অল-আহলি-বাপ্টিষ্ট হাস্পতালত বিস্ফোৰণ

মঙলবাৰে সন্ধিয়া ৬.৫৯ বজাত সংঘটিত এই বিস্ফোৰণ

যুদ্ধত আহত হাজাৰ হাজাৰজন চিকিৎসাধীন আছিল হাস্পতালখনত

ঘটনাক লৈ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়া

হামাছৰ অভিযোগ ইজৰাইলৰ দ্বাৰা এই নৃশংস কাণ্ড

ইজৰাইলে অস্বীকাৰ কৰিলে হাস্পতাল আক্ৰমণৰ ঘটনা

হামাছৰ বিৰুদ্ধেহে প্ৰতি অভিযোগ ইজৰাইলৰ

হামাছে নিক্ষেপ কৰা মিছাইল ‘মিছ ফায়াৰ’ৰ অভিযোগ

ছ’চিয়েল মিডিয়াত ইজাইলে প্ৰচাৰ কৰিছে এটা ভিডিঅ’

ঘটনাক লৈ জাঙুৰ খাই উঠিছে মধ্যপ্ৰাচ্য আৰু আৰৱ বিশ্ব

ইউৰোপতো গুৰুতৰ প্ৰতিক্ৰিয়া এই আক্ৰমণৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.