অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

লংকাত বন্যহস্তীৰ উপদ্ৰৱ, কথমপি প্ৰান ৰক্ষা এটি শিশুসহ এগৰাকী মহিলা

উদালী লংমাইলু পুৰনা বস্তিৰ চাৰিটাকৈ বাসগৃহত নিশা বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ।

লংকাত বন্যহস্তীৰ উপদ্ৰৱ।

উদালী লংমাইলু পুৰনা বস্তিৰ চাৰিটাকৈ বাসগৃহত নিশা বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ।

কথমপি প্ৰান ৰক্ষা এটি শিশুসহ এগৰাকী মহিলাৰ।

আনহাতে খাদ্যৰ সন্ধানত লামডিং বনাঞ্চলৰ পৰা ওলাই অহা এটা হাতী দুটাকৈ পৰিয়ালৰ ঘৰ দুৱাৰ ভঙাৰ লগতে ধান চাউল খাই তহিলং কৰে।

লগতে লংকাজান খণ্ড বন কাৰ্য্যালয়ৰ পৰা তিনিশ মিটাৰ আঁতৰত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলোৱাৰ পাছতো সময়মতে বন বিভাগৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ পৰিয়ালকেইটাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.