Socialভাৰতভ্ৰমণ

ভাৰততে থকাএটা ৰেল ষ্টেচনত যাবলৈ আপোনাক লাগিব ভিছা আৰু পাছপোৰ্ট! কিন্তু ক’ত আছে এই ৰেল ষ্টেচনটো?

ভাৰতীয় ৰেল'ৱে হৈছে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰেল নেটৱৰ্ক আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম নেটৱৰ্ক।ভাৰতত মুঠ ৮৩৩৮টা ৰেল ষ্টেচন আছে। এই ৰেল ষ্টেচনসমুহ সমগ্ৰ দেশতে বিয়পি আছে। কিন্তু আপুনি জানেনে দেশত এনে এটা ৰেল ষ্টেচন আছে, য'ত যাবলৈ আপোনাক ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন।

ভাৰতীয় ৰেল’ৱে হৈছে বিশ্বৰ চতুৰ্থ বৃহত্তম ৰেল নেটৱৰ্ক আৰু এছিয়াৰ দ্বিতীয় বৃহত্তম নেটৱৰ্ক।ভাৰতত মুঠ ৮৩৩৮টা ৰেল ষ্টেচন আছে। এই ৰেল ষ্টেচনসমুহ সমগ্ৰ দেশতে বিয়পি আছে। কিন্তু আপুনি জানেনে দেশত এনে এটা ৰেল ষ্টেচন আছে, য’ত যাবলৈ আপোনাক ভিছা আৰু পাছপোৰ্টৰ প্ৰয়োজন। যদি কোনোবাই ভিছা অবিহনে ইয়ালৈ যায়, তেওঁ জেললৌ যাবলাগীয়া হ’ব পাৰে।

আন্তৰ্জাতিক এয়াৰ কণ্ডিচনাৰ এই ৰেল ষ্টেচনৰ নাম আটাৰী। এতিয়া এই ষ্টেচনটোক আটাৰী শ্যাম সিং ষ্টেচন বুলি জনা যায়। ইয়াত পাকিস্তানী ভিছা লৈ যোৱাটো বাধ্যতামূলক। ২৪ ঘণ্টা ধৰি চোৰাংচোৱা আৰু নিৰাপত্তা সংস্থাৰ দ্বাৰা পৰিবেষ্টিত হৈ থকা দেশৰ যিকোনো নাগৰিকে ভিছা অবিহনে এই ৰে’ল ষ্টেচনত উপস্থিত হ’লে ১৪খন বিদেশী আইনৰ অধীনত (ভিছা অবিহনে ৰে’ল ষ্টেচনলৈ অহাৰ অভিযোগ) কাৰাদণ্ড দিয়া হ’ব আৰু ইয়াৰ জামিন অতি কঠিন।

উল্লেখ্য যে, কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত সমঝোতা এক্সপ্ৰেছ বন্ধ হৈ আছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 18 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.