শ্ৰেণীবিহীন

হঠাৎ নিম্নগামী হৈছে সকলো পাচলিৰ মূল্য! কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতি…

বজাৰত পাচলিৰ উচিত মূল্য নাপাই মুৰে কপালে হাত দিছে খেতিয়কে

দৰঙৰ দলগাঁৱৰ বেছিমাৰীত কৃষকৰ মাজত হাহাকাৰ। বজাৰত পাচলিৰ উচিত মূল্য নাপাই মুৰে কপালে হাত দিছে খেতিয়কে। বেছিমাৰী বজাৰত পানীৰ দৰত বিক্ৰী হৈছে শাক–পাচলি। হঠাৎ নিম্নগামী হৈছে সকলো পাচলিৰ মূল্য। লাখ লাখ টকা খৰচ কৰি কৃষকে বজাৰত পানীৰ দৰত বিক্ৰী কৰিছে উৎপাদিত পাচলি।

খাৰুপেটীয়াৰ তুলনাত ৰাজ্যৰ অন্যান্য বজাৰত পাচলিৰ দামৰ বৃহৎ তাৰাতম্য হোৱাত দুখ প্ৰকাশ কৃষক ৰাইজৰ। চৰকাৰক অচিৰেই পাচলিৰ উচিত মূল্য নিৰ্ধাৰণ কৰিবলৈ অনুৰোধ জনাইছে বেছিমাৰীৰ এইসকল কৃষকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.