ভাৰত

অসমলৈ ঘূৰি আহিব জয়মালা! জয়মালাক ওভতাই আনিবলৈ তামিলনাডুলৈ বন বিভাগৰ দল

তামিলনাডুৰ মন্দিৰত নিৰ্মমভাৱে অত্যাচাৰৰ বলি হোৱা অসমৰ হাতী জয়মালাক ওভতাই আনিবলৈ আজি তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ এটা বিশেষ দল।

অসমলৈ ঘূৰি আহিব জয়মালা! জয়মালাক ওভতাই আনিবলৈ তামিলনাডুলৈ বন বিভাগৰ দল

তামিলনাডুৰ মন্দিৰত নিৰ্মমভাৱে অত্যাচাৰৰ বলি হোৱা অসমৰ হাতী জয়মালাক ওভতাই আনিবলৈ আজি তামিলনাডুলৈ যাব অসমৰ বন বিভাগৰ এটা বিশেষ দল। আন ৯টা হাতীকো ওভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে বন বিভাগে।

জয়মালাক আনিবলৈ তামিলনাডুলৈ যাবলগীয়া দলটোৰ সদস্যসকল হ’ল অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক শ্ৰীহৃদেশ মিশ্ৰ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ কুশল কুমাৰ শৰ্মা, মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নটৰাজন আৰু তিনিচুকীয়াৰ জিলা পশু চিকিৎসা আৰু পশুপালন বিষয়া ডাঃ ৰূপজ্যোতি কাকতি।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.