leatest updateঅসমদৈনিক বাতৰিভাৰত

সাংসদ পদ ঘূৰাই নাপায় ৰাহুল গান্ধীয়ে।

গুজৰাট উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাহুলৰ আবেদন।

সাংসদ পদ ঘূৰাই নাপায় ৰাহুল গান্ধীয়ে। গুজৰাট উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে ৰাহুলৰ আবেদন। মানহানিৰ গোচৰৰ স্থগিতাদেশ বিচাৰি কৰিছিল আবেদন। উচ্চ আদালতে বাহাল ৰাখিলে চেছন আদালতৰ ৰায়।

গুজৰাটৰ নিম্ন আদালতত পূৰ্বে দোষী সাব্যস্ত হৈছিল ৰাহুল । ৰাহুলৰ বিৰুদ্ধে বিভিন্ন আদালতত চলি আছে ১০টা গোচৰ। মোদী উপাধিক লৈ মন্তব্য কৰি দোষী সাব্যস্ত হৈছিল ৰাহুল। উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব ৰাহুল গান্ধী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.