অসমদৈনিক বাতৰি

শীঘ্ৰেই কাৰ্যক্ষম হ’ব NHPCৰ বান্ধৰ কাম, প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

শীঘ্ৰেই কাৰ্যক্ষম হ’ব NHPCৰ বান্ধৰ কাম, প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

শীঘ্ৰেই কাৰ্যক্ষম হ’ব NHPCৰ বান্ধৰ কাম

প্ৰায় সম্পূৰ্ণ হৈ উঠিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

নদীবান্ধৰ ১১৬ মিটাৰ উচ্চতালৈ সম্পূৰ্ণ হৈছে নিৰ্মাণকাৰ্য

বিবৃতিযোগে এইকথা ঘোষণা NHPC কৰ্তৃপক্ষৰ

৯০ শতাংশতকৈও অধিক সম্পূৰ্ণ হৈছে প্ৰকল্প নিৰ্মাণৰ কাম

বাৰিষাৰ পিছত সম্পূৰ্ণ হ’ব ৰেডিয়েল গেটৰ কামো

ৰেডিয়েল গেটৰ কাম হোৱাৰ পিছতেই আৰম্ভ হ’ব বিদ্যুৎ উৎপাদন

২০২৩-২৪ৰ শেষৰ ফালে বিদ্যুৎ উৎপাদনৰ লক্ষ্য NHPCৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.