AssamCity newsCMO Assamঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী…….

নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

১৭ এপ্ৰিলত অসমলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

বৰপেটাত নিৰ্বাচনী সভা সম্বোধন কৰিব মোদীয়ে

ফণীভূষণ চৌধুৰীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ

৭ এপ্ৰিলত অসমলৈ গৃহমন্ত্ৰী অমিত শ্বাহ

লখিমপুৰত প্ৰচাৰ চলাব প্ৰদান বৰুৱাৰ হৈ

হোজাইতো অংশ ল’ব নিৰ্বাচনী প্ৰচাৰ সভাত

নগাঁৱৰ প্ৰাৰ্থী সুৰেশ বৰাৰ হৈ প্ৰচাৰ চলাব শ্বাহে

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.