Assamassam policeCity newsঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

পুনৰ ৰাজ্যত ছাত্ৰ সন্ধানহীনৰ ঘটনা, সন্ধানহীন গুৰুদ্বাৰৰ খালছা বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজন……

পুনৰ ৰাজ্যত ছাত্ৰ সন্ধানহীনৰ ঘটনা

এইবাৰ যোৰহাটৰ পৰা সন্ধানহীন পঞ্চম শ্ৰেণীৰ ছাত্ৰ

সন্ধানহীন গুৰুদ্বাৰৰ খালছা বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰজন

২০ ফেব্ৰুৱাৰীৰ বিয়লি টিউছনলৈ বুলি গৈছিল ছাত্ৰজন

যোৰহাটৰ চলিহা লেনৰ বাসিন্দা সন্ধানহীন ছাত্ৰজন

সন্ধান পালে 80990-40717 নম্বৰত যোগাযোগৰ আহ্বান পৰিয়ালৰ

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.