অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

টিহুত আলফাৰ ৩২ সংখ্যক শ্বহীদ দিৱস পালন

আজি সংযুক্ত মুক্তি বাহিনী, অসমৰ শ্বহীদ দিৱস

টিহুত আলোচনাপন্থী আলফাৰ শ্বহীদ দিৱস পালন

শ্বহীদ তৰ্পণেৰে আৰম্ভ অনুষ্ঠানৰ কাৰ্যসূচী

উপস্থিত আলফাৰ সভাপতি অৰবিন্দ ৰাজখোৱা

উল্লেখ্য যে ১৯৯১ চনৰ আজিৰ দিনটোতে দৰং জিলাৰ দিপীলাত ৫জনকৈ নিৰীহ লোকক উগ্ৰপন্থী দমনৰ নামত ভাৰতীয় সেনাই নিৰ্মম ভাৱে হত্যা কৰিছিল। তেতিয়াৰ পৰাই ২৭ জুলাই দিনটো আলফাই শ্বহীদ দিৱস হিচাপে পালন কৰি আহিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.