অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ড্ৰাগ্ছ মাফিয়া, ২ ড্ৰাগ্ছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা….

আৰক্ষীৰ এনকাউণ্টাৰত নিহত ড্ৰাগ্ছ মাফিয়া

আমিনগাঁৱৰ আজ্ঞাঠুৰীত ড্ৰাগ্ছ মাফিয়ালৈ গুলী আৰক্ষীৰ

২ ড্ৰাগ্ছ মাফিয়ালৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

AS-01FQ-8535 নম্বৰৰ বাহনত আহিছিল ৩ ড্ৰাগ্ছ সৰবৰাহকাৰী

বাহনখন ৰখাবলৈ আৰক্ষীৰ নিৰ্দেশক অমান্য

লগে লগে পিছ ল’লে আৰক্ষীয়ে

বাহনখনক লক্ষ্য কৰি গুলীচালনা আৰক্ষীৰ

নিয়ন্ত্ৰণ হেৰুৱাই বাহনখনে মহটিয়াই নিয়ে কেইবাখনো গাড়ী

সাধাৰণ লোকৰ গাটো লাগে আৰক্ষীৰ গুলী

ঘটনাক লৈ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.