leatest updateঅসমগুৱাহাটীদৈনিক বাতৰি

হেঙেৰাবাৰীৰ পিছত এইবাৰ মঠঘৰীয়াত চাঞ্চল্যকৰ ঘটনা।

পাৰ্কিং কৰি থোৱা অৱস্থাত দাউদাউকৈ জ্বলিল এখন বাহন।

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ পিছত এইবাৰ মঠঘৰীয়াত চাঞ্চল্যকৰ ঘটনা। অঞ্চলটোৰ হৰিপুৰত ৰাজপথতে এখন চাৰিচকীয়া বাহন জ্বলাই দিয়ে দুৰ্বৃত্তই। পাৰ্কিং কৰি থোৱা অৱস্থাতে সংঘটিত হয় এই ঘটনা।

CCTVত আবদ্ধ দৃশ্য অনুসৰি দুজন যুৱকে এখন বাইকেৰে আহি অগ্নিসংযোগ কৰে বাহনখনত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও সন্ধান উলিয়াব পৰা নাই দুষ্কৃতিকাৰীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + sixteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.