অসমআঞ্চলিকদৈনিক বাতৰি

খানাপাৰা ষ্টাফ কলেজত সাগৰমালা সন্মিলন, উপস্থিত হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱাল

উত্তৰ-পূৰ্বাঞ্চলৰ জল পৰিবহণ ব্যৱস্থা উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়

খানাপাৰা ষ্টাফ কলেজত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদযাপন সাগৰমালা সন্মিলন।

এই সন্মিলনত সাগৰ মালা প্ৰকল্পৰ ওপৰত আলোচনা কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলৰ জল পৰিবহণ ব্যৱস্থা উন্নয়নৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয়।

এই প্ৰকল্পই প্ৰদূষণ আৰু দুৰ্ঘটনা ৰোধ কৰাটো সহায়ক হ’ব বুলি আশাবাদী চৰকাৰ।

সাগৰমালা সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ বহু সংখ্যক গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সন্মিলনত জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে উপস্থিত থাকে বহু বিষয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.