অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ মুছলপুৰত ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ

মধ্যহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত ৰন্ধন কৰ্মীসকলে ভিন্ন দাবীৰে ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে বাক্সাৰ মুছলপুৰত ৰন্ধন কৰ্মীৰ উত্তাল প্ৰতিবাদ।

মধ্যহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উদ্যোগত ৰন্ধন কৰ্মীসকলে ভিন্ন দাবীৰে ৰূপায়ন কৰে বিক্ষোভ কাৰ্যসূচী।

ৰন্ধনকৰ্মীসকলে বকেয়া ধন অতি শীঘ্ৰে আদায় দিয়াৰ লগতে নিয়মীয়াকৈ মাননি প্ৰদান, মাননি বৃদ্ধি, কাম হেৰুৱা ৰন্ধন কৰ্মীক তিনি লাখ টকাৰ আৰ্থিক সাহাৰ্য আদিকে ধৰি কেইবাটাও দাবীত গ্ৰহণ কৰে প্ৰতিবাদী কাৰ্যসূচী।

হাতে হাতে প্লে কাৰ্ড লৈ খণ্ড প্রাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ।

বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে পিৰৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.