অসমগুৱাহাটীশিক্ষা

কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা…

কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সমূহীয়া অব্যাহতি

কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা…কিন্তু কিয়!

কটনত নিষিদ্ধ হ’ল সদৌ অসম ছাত্ৰ সন্থা। কটন বিশ্ববিদ্যালয়ৰ আছু গোটৰ সমূহীয়া অব্যাহতি। বৰ্তমান কটনত আছুৰ কোনো গোট নাই বুলি জানিব পৰা গৈছে।

সূত্ৰ অনুসৰি, কেন্দ্ৰীয় নেতৃত্বৰে সাংগঠনিক মতবিৰোধৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সদৌ অসম ছাত্ৰ সন্থা অৰ্থাৎ আছুৰ বেনাৰত কটনত কোনোধৰণৰ অনুষ্ঠান পাতিব নোৱাৰিব বুলিও ঘোষণা কৰা হৈছে।

উল্লেখ্য যে, এক সংবাদ মেল যোগেৰে আছুৰ কেইজনমান ছাত্ৰ নেতায়ে এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.