অসমদৈনিক বাতৰি

ভাৰতীয় জাতীয় ক্ৰিকেট দলত অসম কন্যা উমা ছেত্ৰী ….

ভাৰতীয় জাতীয় ক্ৰিকেট দলত অসম কন্যা উমা ছেত্ৰী....

ভাৰতীয় জাতীয় ক্ৰিকেট দলত অসম কন্যা। দেশৰ মহিলা জাতীয় দলত স্থান লাভ উমা ছেত্ৰীৰ। বাংলাদেশৰ বিৰুদ্ধে শৃংখলতাত অৱতীৰ্ণ হ’ব উমা ছেত্ৰী। ভাৰতীয় দলত স্থান লাভ কৰা অসমৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ উমা।

এদিনীয়া আৰু টি-২০ দুয়োটা সংস্কৰণতে স্থান লাভ উমাৰ। মেন ইন ব্লুৰ জাৰ্ছিত দেশৰ মূল দলত উজ্বলিব উমা। ক্ৰিকেট ইতিহাসত দেশৰ হৈ খেলিবলগীয়া প্ৰথমগৰাকী অসমীয়া উমা। এই প্ৰতীক্ষাৰ অন্ত পেলালে বোকাখাতৰ জীয়ৰী উমা ছেত্ৰীয়ে।

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + thirteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.