leatest updateঅসমদৈনিক বাতৰিপৰিৱেশবতৰ

নেৰানেপেৰা বৰষুণৰ ফলত ওফন্দি উঠিছে লুইতৰ বুকু।

বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ।

ৰাজ্যত নেৰানেপেৰা বৰষুণ। নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি জলস্তৰ। ওফন্দি উঠিছে লুইতৰ বুকু। বৰষুণৰ ফলত বিপদ সীমাৰ ওপৰেৰে বৈছে ব্ৰহ্মপুত্ৰ। ফেনে-ফোটোকাৰে বাঢ়িছে নৈ-উপনৈ। ইফালে ৰঙা নদীত নিপকোৱে এৰিছে পানী। ৰঙা নদী, কপিলীৰ বান্ধো খুলি দিলে নিপকোৱে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া বানৰ সংহাৰি ৰূপ। বন্যাৰ্তৰ মাজত হাহাকাৰ পৰিস্থিতি।

আনহাতে, উদ্বেজনকভাৱে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নিশাৰ ভাগতে ফেৰী চলাচলত নিষেধাজ্ঞা জাৰি। ৬.৩০ বজাৰ পিছত চলাব নোৱাৰিব ফেৰী। আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনা। বিকল্প বাছসেৱাৰ বাবে ASTCক আহ্বান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.