অসমদৈনিক বাতৰি

বন্ধ থাকিব দন্ত সেৱা! ২.৫ লাখ লোকৰ বিপৰীতে আছে মাত্ৰ এজন দন্ত চিকিৎসক

অৱশ্যে দন্ত চিকিৎসাৰ জৰুৰীকালীন সেৱা চলি থাকিব

২২, ২৭, আৰু ২৮ অক্টোবৰত  বন্ধ থাকিব DENTAL OPD সেৱা। দন্ত সেৱা বন্ধ থাকিব ১, ২, আৰু ৩ নৱেম্বৰতো।

দন্ত চিকিৎসকসকলে চৰকাৰৰ পৰা সুবিধা নোপোৱাৰ অভিযোগ। দন্ত চিকিৎসকৰ পদোন্নতিৰ ব্যবস্থা কৰাৰ দাবী দন্ত চিকিৎসক সন্থাৰ। চৰকাৰৰ লগত বাৰম্বাৰ আলোচনাৰ পিছতো কোনো সমাধানৰ সূত্ৰ নোলোৱাত এই সিদ্ধান্ত দন্ত চিকিৎসক সন্থাৰ।

অৱশ্যে দন্ত চিকিৎসাৰ জৰুৰীকালীন সেৱা চলি থাকিব।

উল্লেখ্য যে, বৰ্তমান ২.৫ লাখ লোকৰ বিপৰীতে মাথোঁ এজন দন্ত চিকিৎসকৰ ব্যৱস্থা আছে।

 

 

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.