leatest updatenationalঅসমৰাজনৈতিক

লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছক কটাক্ষ মমতা বেনাৰ্জীৰ…..

লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছক কটাক্ষ মমতা বেনাৰ্জীৰ....

লোকসভা নিৰ্বাচনক লৈ কংগ্ৰেছক কটাক্ষ মমতা বেনাৰ্জীৰ

TMC প্ৰধানৰ কংগ্ৰেছ দললৈ প্ৰত্যাহ্বান

‘হিন্দীভাষী এলেকাত কংগ্ৰেছে বিজেপিক পৰাজিত কৰক’

‘হিন্দীভাষী এলেকাত ৪০ আসনো নাপাব কংগ্ৰেছে’

কংগ্ৰেছৰ জনপ্ৰিয়তাক লৈ প্ৰশ্ন মমতা বেনাৰ্জীৰ

ভাৰত জোড়ো ন্যায় যাত্ৰাক সমালোচনা মমতাৰ

বংগৰ ৫ জিলাক সাঙুৰি লৈছিল ন্যায় যাত্ৰাই

পৰিভ্ৰমী চৰাইৰ দৰে ফটোচেছন কৰিলে ৰাহুলে

বিভিন্ন অভিযোগেৰে কংগ্ৰেছক থকা-সৰকা মমতাৰ

আসন ভাগ-বটোৱাৰাক লৈ তৃণমূল কংগ্ৰেছৰ সৈতে কংগ্ৰেছৰ আলোচনাক লৈ ৰাহুল গান্ধীয়ে মন্তব্য কৰাৰ পাছতেই ক্ষোভিত হৈ এইদৰে কংগ্ৰেছক দলক সমালোচনাৰে থকা-সৰকা কৰে বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.