leatest updateSocialঅসমআন্তঃৰাষ্ট্ৰীয়গুৱাহাটী

জীৱন যুঁজত ভাগৰি নপৰা এগৰাকী মাতৃ আৰু ৩ কন্যাৰ সাফল্য।

মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল পিতৃৰ।

যোৰহাটৰ গড়মুৰ ন-পাম গাঁৱৰ চুপ্ৰিয়া দত্ত আৰু সুদৰ্শনা দত্তৰ সফলতা। জীৱন যুঁজত ভাগৰি নপৰা এগৰাকী মাতৃ। মেট্ৰিক পৰীক্ষা চলি থকাৰ মাজতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল পিতৃৰ।কান্দোনত ভাগি পৰিছিল মাতৃসহ তিনি কণ্যা। তাৰ মাজতে সকলো বাধা নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল দুই যমজ কন্যা। চুপ্ৰিয়াই ৯১% আৰু সুদৰ্শনাই ৫৭% শতাংশ লৈ উত্তীৰ্ণ হবলৈ সক্ষম হল দুই ভগ্নী।

উল্লেখ্য যে, বৰ্তমান আৰ্থিক দীনতাত ভোগা পৰিয়ালটোৱে এতিয়া বিচাৰিছে চৰকাৰ তথা আপোনাৰ অকণমান সহায়। আপোনাৰ অকণমান সঁহাৰি পালেই বোকাৰ পদুম হৈ জিলিকিব এই দুই যমজ ভগ্নী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.