Assamদিল্লীবিশ্বভাৰত

আজিৰে পৰা নতুন দিল্লীত G-20 বৈঠক, দুদিনীয়াকৈ অনুষ্ঠিত হ’ব G-20 বৈঠক

আজিৰে পৰা নতুন দিল্লীত G-20 বৈঠক, দুদিনীয়াকৈ অনুষ্ঠিত হ’ব G-20 বৈঠক

আজিৰে পৰা নতুন দিল্লী G-20 বৈঠক

দুদিনীয়াকৈ অনুষ্ঠিত হ’ব G-20 বৈঠক

ন ৰূপত সজাই তোলা হৈছে ৰাজধানী দিল্লী

ইতিমধ্যে দিল্লীত উপস্থিত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন

তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ জ’ বাইডেন

G-20 বৈঠকৰ পূৰ্বে দ্বিপাক্ষিক বৈঠকত বহিব প্ৰধানমন্ত্ৰী

কটকটীয়া কৰি গঢ়ি তোলা হৈছে নিৰাপত্তা বেহু

‘হাই ছিকিউৰিটী কিল্লা’ হিচাপে গঢ়ি তোলা হৈছে দিল্লীক

দিল্লীত আমেৰিকাৰ ছিক্ৰেট চাৰ্ভিছৰ ৩০০জনীয়া কামাণ্ডো

দিল্লীৰ প্ৰসিদ্ধ হোটেল ITC মৌৰ্যত থাকিব জ’ বাইডেন

সন্মিলনত ভাগ ল’বলৈ উপস্থিত প্ৰধানমন্ত্ৰী ঋষি ছুনকে

বৈঠকত অংশ ল’ব চীনৰ প্ৰধানমন্ত্ৰী লি কোৱাঙেও

উপস্থিত থাকিব কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ক্ৰুড’

অংশ ল’ব অষ্ট্ৰেলিয়াৰ PM এন্থনী এলৱানিজস্কেই

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.