অসমজীৱনশৈলীদৈনিক বাতৰি

ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ সাহিত্যিক পেন্সন

  শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে সাহিত্যিক পেন্সন লাভ কৰাসকলৰ নাম

ঘোষণা কৰা হ’ল ৰাজ্য চৰকাৰৰ সাহিত্যিক পেন্সন।

২৩ গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ সাহিত্যিক পেঞ্চন। অহা ৭ ডিচেম্বৰত সাহিত্যিক হোমেন বৰগোহাঞিৰ জন্মদিনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব সাহিত্যিক পেন্সন।

শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰে সাহিত্যিক পেন্সন লাভ কৰাসকলৰ নাম। জ্যোতিলাল চৌধুৰী, ড০ অনিল শইকীয়া, কালীনাথ পাংগিং, ড০ মংগলছিং হাজোৱাৰী, ৰঞ্জু হাজৰিকাকে ধৰি ২৩জন সাহিত্যিকক পেন্সনৰ বাবে নিৰ্বাচিত কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + seventeen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.