অসমদৈনিক বাতৰি

চিৰাঙৰ উত্তৰাঞ্চলত বানৰ সংহাৰী ৰূপ, বাঢ়নী পানীত উটি গ’ল চাৰিচকীয়া বাহন….

চিৰাঙৰ উত্তৰাঞ্চলত বানৰ সংহাৰী ৰূপ, বাঢ়নী পানীত উটি গ’ল চাৰিচকীয়া বাহন....

চিৰাঙৰ উত্তৰাঞ্চলত বানৰ সংহাৰী ৰূপ

কেমেৰাত বন্দী হোৱা এক ভয়ংকৰ দৃশ্য

বাঢ়নী পানীত উটি গ’ল চাৰিচকীয়া বাহন

নেৰানেপেৰা বৰষুণত ওফন্দি উঠিছে কেইবাখনো নৈ

বাঢ়নী পানীত প্লাৱিত ২৮খনকৈ গাঁও

ভূটানৰ পৰা নামি অহা পানীত জলমগ্ন বিস্তীৰ্ণ অঞ্চল

ঠায়ে ঠায়ে পথৰ ওপৰেৰে বাগৰিছে পানী

যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা সৰ্বসাধাৰণৰ

চিৰাং জিলাৰ বেংতল ৰাজহ চক্ৰ আৰু বিজনী ৰাজহ চক্ৰৰ অন্তৰ্গত মালিভিটা, ঔগুৰি, শিশুবাৰী, নাঙলভাঙ্গা, মাদাৰপু, পাটাবাৰী অঞ্চলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰাত শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.