AssamCity newsঅসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

নলবাৰীত এতিয়া সন্ত্ৰাসৰ অন্য এটা নাম হৈছে BAMBOO SEED BUG…..

নলবাৰীত এতিয়া সন্ত্ৰাসৰ অন্য এটা নাম হৈছে BAMBOO SEED BUG। শেহতীয়াভাবে এইবিধ পোকৰ বাবে নিজৰ গাওঁ এৰাৰ লগতে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ বাধ্য নলবাৰীৰ এটা পৰিয়াল ৷ জিলা খনৰ পানীগাৱৰ কুমুদ শৰ্মাৰ বাসগৃহৰ পিছফালে থকা এজোপা কটা বাহঁ ফুলাৰ পিছত এতিয়া কটা বাঁহ জোপাৰ পৰা সৃষ্টি হোৱা এইবিধ পোকে আতংকৰ সৃষ্টি কৰে ৷ সম্প্ৰতি এই পোক বিধে ঘৰৰ চৌপাশ আবৰি ধৰিছে ৷ জুই লগাইও খেদিব পৰা নাই এই পোক বিধ ৷ ইতিমধ্যে BAMBOO SEED BUG নামৰ এই পোক বিধৰ বাবে এতিয়া পৰিয়ালটো অসহায় হৈ পৰিছে ৷ এনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিছাৰিচে পৰিয়ালটোৱে ৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.