দৈনিক বাতৰি

পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

কাৰ্গিল যুদ্ধৰ বাবে জগৰীয়া হৈছিল মুশ্বাৰফ

◾পাকিস্তানৰ প্রাক্তন ৰাষ্ট্রপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

◾শুকুৰবাৰে ডুবাইৰ এখন হাস্পতালত মৃত্যু মুশ্বাৰফৰ

◾৭৮ বছৰীয়া মুশ্বাৰফ দীৰ্ঘ সময় ধৰি হৈ আছিল অসুস্থ

◾২০০১-২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্রপতি আছিল মুশ্বাৰফ

◾তাৰ পূৰ্বে আছিল পাকিস্তান সেনাবাহিনীৰ মুৰব্বী

◾কাৰ্গিল যুদ্ধৰ বাবে জগৰীয়া হৈছিল মুশ্বাৰফ

◾এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা হোৱা নাই মৃত্যুৰ বাতৰি

◾পূৰ্বেও বহুবাৰ মুশ্বাৰফৰ মৃত্যু হোৱা বুলি ওলাইছিল খবৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button