AssamCity newsSocialSocial NetworkSports

IPL মেচক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

মহানগৰীৰ কেইবাটাও পথত থাকিব নিষেধাজ্ঞা

IPL মেচক লৈ গুৱাহাটীত বিশেষ পথ নিৰ্দেশনা

১৫ আৰু ১৯ মে’ৰ বাবে পথ নিৰ্দেশনা জাৰি যান-বাহন আৰক্ষীৰ

মহানগৰীৰ কেইবাটাও পথত থাকিব নিষেধাজ্ঞা

বিয়লি ৩ বজাৰ পৰা নিশা ৩ বজালৈ নিষেধাজ্ঞা জাৰি

২৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহনৰ চলাচলত নিষেধাজ্ঞা

GS ৰোড, বি কে কাকতি ৰোড, এ কে আজাদ ৰোড

এ কে দেৱ ৰোড, কুল বসুমতাৰী ৰোড, এফ এ ৰোড

বিষ্ণুপুৰ ৰোড, এম জি ৰোড, জি এন বি ৰোড

ঢপলীয়া ৰোড, কাহিলিপাৰা ৰোডত বন্ধ থাকিব বাণিজ্যিক বাহনৰ চলাচল

তিনিচকীয়া সামগ্ৰী কঢ়িওৱা বাহনৰো চলাচল বন্ধ থাকিব এইসমূহ পথত

আৰ্য নগৰৰ পৰা লখৰা চাৰিআলিলৈ হ’ব ONE WAY

জৰুৰীকালীন সেৱাৰ বাবে প্ৰজোয্য নহয় এই নিৰ্দেশনা

এ কে আজাদ ৰোড হৈ আহিব লাগিব ২নং গেটৰ দৰ্শক

৩নং গেটৰ দৰ্শকে আৰ জি বৰুৱা ৰোড হৈ কৰিব লাগিব প্ৰৱেশ

৪নং গেটৰ দৰ্শকে ৰুলিং মিল ৰোডেৰে সোমাব লাগিব

ভূপেন হাজৰিকা পথেদি সোমাব ৫ আৰু ৬নং গেটৰ দৰ্শক

বৰ্ষপাৰা পথেদি সোমাব পাৰিব ৭নং গেটৰ দৰ্শক

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.