অসমআঞ্চলিক

পূজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ!

পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে বদ্ধিত হাৰত লাভ কৰিব পাৰে ডি এ

পূজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ!

পূজালৈ মাত্ৰ কেইদিনমান থকাৰ সময়তে চৰকাৰী কৰ্মচাৰীলৈ সু-খবৰ৷ পূজাৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেন্সনাৰসকলে বদ্ধিত হাৰত লাভ কৰিব পাৰে ডি এ। অহা ২৮ছেপ্তেম্বৰত কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

কেন্দ্ৰীয় চৰকাৰে তেওঁলোকৰ লাখ লাখ কৰ্মচাৰীৰ ডি এ ৩৪শতাংশৰ পৰা ৩৮শতাংশলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কৰ্মচাৰীসকলৰ এই ডি এ বৃদ্ধিৰ লগে লগে দৰমহাৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পাব। সকলো ঠিকে ঠাকে থাকিলে অহা অক্টোবৰ মাহৰ পৰা বৰ্দ্ধিত হাৰত দৰমহা লাভ কৰিব কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলে। কেন্দ্ৰীয় চৰকাৰৰ ৪৭লাখ কৰ্মচাৰী আৰু ৬৮লাখ পেন্সনাৰে বৰ্ধিত ডি এ লাভ কৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.