অপৰাধঅসম

স্পেনিচ গাৰ্ডেনত চিবিআইৰ অভিযান

প্ৰায় ২০০ কোটি টকা ঋণ আদায়ৰ নকৰাৰ অভিযোগত এই অভিযান

স্পেনিচ গাৰ্ডেনত চিবিআইৰ অভিযান।

গুৱাহাটীৰ জু-ৰোডৰ বিলাসী এপাৰ্টমেণ্ট স্পেনিচ গাৰ্ডেনৰ বি-ব্লকত অভিযান চলিল চিবিআইৰ।

দশম মহলাত ‘ঘোষ ব্ৰাডাৰ্ছ’ৰ স্বত্বাধিকাৰী প্ৰণৱ ঘোষৰ বাসগৃহত চলিছে এই অভিযান। প্ৰায় ২০০ কোটি টকা ঋণ আদায়ৰ নকৰাৰ অভিযোগত এই অভিযান চলাইছে চিবিআইএ।

ঘোষ ব্ৰাডাৰ্ছৰ বিৰুদ্ধে মাণিক নগৰত থকা বাসগৃহতো চলিছে চিবিআইৰ অভিযান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.