Socialঅসমদৈনিক বাতৰিভাৰত

প্ৰধানমন্ত্ৰীৰ মন কী বাতত অসমৰ ৰিধ্বিমাৰ কথা উল্লেখ

এক কোটিৰো অধিক শিশুৱে মনৰ কথা লিখিছে প্ৰধানমন্ত্ৰীলৈ

◾ এক কোটিৰো অধিক শিশুৱে মনৰ কথা লিখিছে প্ৰধানমন্ত্ৰীলৈ।

◾ প্ৰধানমন্ত্ৰীৰ মন কী বাতত অসমৰ ৰিধ্বিমাৰ কথা উল্লেখ।

◾ ৰিধ্বিমাই লিখিছিল সন্ত্ৰা সবাদ মুক্ত, স্বাক্ষৰ ভাৰতৰ সপোনৰ কথা।

◾ অসমৰ গঁড় হত্যাৰ প্ৰসংগই স্থান পালে মন কী বাতত।

◾ গঁড় হত্যা প্ৰতিৰোধ, চোৰাংচিকাৰীৰ বিৰুদ্ধে চলা অভিযানৰ প্ৰসংগ।

◾ বিগত ৭ বছৰ ধৰি চোৰাং চিকাৰীৰ বিৰুদ্ধে চলা অভিযানৰ প্ৰসংগ।

◾ যোৱা ২২ ছেপ্টেম্বৰত ২৪০০ৰো অধিক গঁড়ৰ খৰ্গ জ্বলোৱাৰ প্ৰসংগ।

◾অসমীয়াৰ হিয়াৰ আমঠু ভূপেন হাজৰিকাৰ প্ৰসংগও উত্থাপন মোদীৰ।

◾ কাজিৰঙা উদ্যানৰ গুণ-গৰিমাৰ প্ৰশংসা মোদীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − twelve =

Back to top button