Educationঅপৰাধঅসম

সামান্য টকাৰ বিনিময়ত শিক্ষকে শিক্ষা দান নকৰে শিক্ষাৰ্থীক! প্ৰতিবাদ কৰিবলৈ বাধ্য হ’ল ছাত্ৰ-ছাত্ৰী…

দক্ষিণ শালমাৰাত শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ। প্ৰতিবাদ কাঠুলিপাৰা নৱজ্যোতি হাইস্কুলৰ শিক্ষাৰ্থীৰ। ব্যক্তিগত বিদ্যালয়ত পাঠদানৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে

দক্ষিণ শালমাৰাত শিক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ শিক্ষাৰ্থীৰ। প্ৰতিবাদ কাঠুলিপাৰা নৱজ্যোতি হাইস্কুলৰ শিক্ষাৰ্থীৰ। ব্যক্তিগত বিদ্যালয়ত পাঠদানৰ অভিযোগ শিক্ষকৰ বিৰুদ্ধে।

দীৰ্ঘদিন ধৰি শিক্ষকজন বিদ্যালয়ত অনুপস্থিত থকাত বিশেষ অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰীসকল৷ সেয়ে আজি বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি গোচৰ কৰিবলৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হল ছাত্ৰ-ছাত্ৰী সকলে৷

ছাত্ৰ-ছাত্ৰী সকলৰ অভিযোগ অনুসৰি বিজ্ঞান শিক্ষক মনিৰ আলি আহমেদে নিজৰ বিদ্যালয়ত অনুপস্থিত থাকি সামন্য টকাৰ বিনিময়ত আন এখন ব্যক্তিগত বিদ্যালয়ত পাঠদান দি আহিছে৷ এতিয়া এইজন শিক্ষকৰ বিৰুদ্ধে চৰকাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰবৰ্তী সময়ত লক্ষণীয় বিষয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen + two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.