Assamleatest updatenorth east

সোমবাৰে হঠাৎ উত্তপ্ত হৈ পৰে শ্বিলং।

মেঘালয় সচিবালয়ৰ সন্মুখত হানিউট্ৰিপ সংগঠনে সাব্যস্ত কৰে হিংসাত্মক প্ৰতিবাদ।

সোমবাৰে হঠাৎ উত্তপ্ত হৈ পৰে শ্বিলং। মেঘালয় সচিবালয়ৰ সন্মুখত হানিউট্ৰিপ সংগঠনে সাব্যস্ত কৰে হিংসাত্মক প্ৰতিবাদ। প্ৰতিবাদকাৰীসকলে আৰক্ষীলৈ লক্ষ্য কৰি শিলগুটিৰ লগতে নিক্ষেপ কৰে পেট্ৰ’ল বোমাও। প্ৰত্যুত্তৰত আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে নিক্ষেপ কৰে কন্দুৱা গেছ। হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰা কেইবাজনো প্ৰতিবাদকাৰীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ভাৰতীয় দণ্ডবিধি আইনৰ অপব্যৱহাৰৰ অভিযোগ তুলি সংগঠনটোৱে সাব্যস্ত কৰিছিল প্ৰতিবাদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.