অসমদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

হিংসাত জ্বলিছে মণিপুৰ…

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে তীব্ৰ উত্তেজনা... মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ...

মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে তীব্ৰ উত্তেজনা

মেইটেই জনগোষ্ঠীক অনুসূচিত জনজাতিৰ বিৰুদ্ধে হিংসাত্মক প্ৰতিবাদ

বুধবাৰে নিশা ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নৰ প্ৰতিবাদ

প্ৰতিবাদে হিংসাত্মক ৰূপ লোৱাত ভয়ংকৰ পৰিস্থিতি

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা-অসম ৰাইফলছৰ ফ্লেগ মাৰ্চ

পৰিস্থিতি ইমানেই ভয়ংকৰ যে ৭,৫০০ লোকে আশ্ৰয় লৈছে সেনা শিবিৰত

মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ অধ্যক্ষতাত উচ্চস্তৰীয় বৈঠক

ৰাজ্যৰ সুৰক্ষাৰ পৰামৰ্শদাতা হিচাপে নিযুক্তি IPS কুলদ্বীপ সিঙক

CRPFৰ প্ৰাক্তন DG কুলদ্বীপ সিং

ৰাজখনত ৫ দিনৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা

পৰিস্থিতি ইমানেই ভয়ংকৰ যে ৭,৫০০ লোকে আশ্ৰয় লৈছে সেনা শিবিৰত

ইম্ফল, চুড়াচান্দপুৰ, বিষ্ণুপুৰ-মোৰেত বৃহস্পতিবাৰেও তীব্ৰ উত্তেজনা

প্ৰতিবাদকাৰীক দেখিলেই গুলীচালনাৰ নিৰ্দেশ

সেনা, নিৰাপত্তাৰক্ষীৰ ৫৫টা বাহিনী মোতায়েন

সান্ধ্য আইনৰ মাজতো অব্যাহত হিংসাত্মক ঘটনা

শান্তি-শৃংখলা বজাই ৰাখিবলৈ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ আহ্বান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.