অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
কৰিমগঞ্জত জব্দ ৪ কোটি মূল্যৰ হেৰ’ইন, ড্ৰাগছসহ আটক ২ সৰবৰাহকাৰীক
জব্দ হেৰ’ইন ভৰ্তি ৪৮ টাকৈ চাবোনৰ বাকচ....
![কৰিমগঞ্জত জব্দ ৪ কোটি মূল্যৰ হেৰ’ইন, ড্ৰাগছসহ আটক ২ সৰবৰাহকাৰীক কৰিমগঞ্জত জব্দ ৪ কোটি মূল্যৰ হেৰ’ইন, ড্ৰাগছসহ আটক ২ সৰবৰাহকাৰীক](https://prathamkhabartv.com/wp-content/uploads/2023/05/Karimganj-drugs-780x470.jpg)
কৰিমগঞ্জত জব্দ ৪ কোটি মূল্যৰ হেৰ’ইন
ড্ৰাগছসহ আটক ২ সৰবৰাহকাৰীক
আটক আব্দুল খায়েৰ মোহাম্মদ ছিদ্দিকী, আব্দুল্লাহ চৌধুৰী
জব্দ হেৰ’ইন ভৰ্তি ৪৮ টাকৈ চাবোনৰ বাকচ
এখন এল্ট’ বাহনৰ গোপন চেম্বাৰত উদ্ধাৰ ৫৬৭ গ্ৰাম হেৰ’ইন
মিজোৰামৰ পৰা হেৰ’ইনখিনি সৰবৰাহ কৰাৰ সন্দেহ