Covid-19অসম

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক’ভিডৰ সংক্ৰমণ, এদিনতে আক্ৰান্ত ৬ হাজাৰৰ অধিক লোক

২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত মৃত্যু ১১ জনৰ

⚫ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক’ভিডৰ সংক্ৰমণ

⚫সোমবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত ৬৯৮২ জন

⚫কামৰূপ (ম)ত সৰ্বাধিক আক্ৰান্ত ১৪৯১ জন

https://twitter.com/keshab_mahanta/status/1483093813463699458

⚫২৪ ঘণ্টাত ৰাজ্যত ক’ৰোনাত মৃত্যু ১১ জনৰ

⚫সোমবাৰে সম্পন্ন হয় ৬৪,৯১৯ জনৰ ক’ভিড পৰীক্ষা

⚫সংক্ৰমণৰ হাৰ ১০.৭৫ শতাংশলৈ বৃদ্ধি

⚫ৰাজ্যত আৰোগ্যৰ হাৰ ৯৫.১৮ শতাংশ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − 6 =

Back to top button