AssamHimanta Biswa Sarmaleatest update

দীপাৱলীৰ প্ৰাকক্ষণত অংগনবাড়ী কৰ্মী–সহায়িকালৈ সুখবৰ।

ৰাজ্যৰ ২,৬০০ হিতাধিকাৰীলৈ অৱসৰকালীন সাহায্য প্ৰদান। ৪ লাখ টকা পৰ্যন্ত লাভ কৰিব অংগনবাড়ী কৰ্মীয়ে।

দীপাৱলীৰ প্ৰাকক্ষণত অংগনবাড়ী কৰ্মী–সহায়িকালৈ সুখবৰ। ৰাজ্যৰ ২,৬০০ হিতাধিকাৰীলৈ অৱসৰকালীন সাহায্য প্ৰদান। গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে এই সন্দৰ্ভত সাহায্য প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ, শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোছাকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি।

এতিয়াৰে পৰা ২,৬০০ হিতাধিকাৰীয়ে নিয়মিতভাৱে অৱসৰকালীন সাহায্য লাভ কৰিব। ৪ লাখ টকা পৰ্যন্ত লাভ কৰিব অংগনবাড়ী কৰ্মীয়ে। ক্ষুদ্ৰ কেন্দ্ৰৰ অংগনৱাড়ী কৰ্মীয়ে লাভ কৰিব ৩ লাখ টকা পৰ্যন্ত। অংগনৱাড়ী সহায়িকাই লাভ কৰিব ২ লাখ টকা পৰ্যন্ত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.