অসমদৈনিক বাতৰি

জোনাইত খাদ্যত বিষক্ৰিয়াৰ ঘটনা, পদপথৰ দোকানত চিংৰা খাই অসুস্থ ৮গৰাকীকৈ লোক

জোনাইত খাদ্যত বিষক্ৰিয়াৰ ঘটনা, পদপথৰ দোকানত চিংৰা খাই অসুস্থ ৮গৰাকীকৈ লোক

জোনাইত খাদ্যত বিষক্ৰিয়াৰ ঘটনা

পদপথৰ দোকানত চিংৰা খাই অসুস্থ ৮গৰাকীকৈ লোক

গুৰুতৰভাৱে অসুস্থ লোহিজানৰ এটি কণমানি

চিংৰা খোৱাৰ পিছতে পেটৰ বিষত আক্ৰান্ত কণমানিটি

জোনাই অসামৰিক চিকিৎসালয় ভৰ্তি কণমানিটিক

ঘটনা সন্দৰ্ভত বিভিন্ন দল সংগঠন, স্থানীয় ৰাইজে মহাদেৱ চাহানী নামৰ গৰাকীৰ উক্ত দোকানখন বন্ধ কৰাৰ দাবী জনোৱাৰ ওপৰিও জোনাই যোগান বিভাগক উচিত তদন্ত কৰিবলৈ দাবী জনাইছে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.